Tuesday, August 6, 2019

বিজেপিৰ জেষ্ঠ নেত্ৰী সুষমা স্বৰাজৰ মৃত্যু

www.uniqueenter.in

পূৰ্ব বিদেশমন্ত্ৰী আৰু বিজেপিৰ জেষ্ঠ নেত্ৰী  সুষমা স্বৰাজৰ মংগলবাৰে নিশা মৃত্যু হয়। ৬৭ বছৰীয়া এই নেত্ৰীগৰাকীক ৰাতি চাৰে ন বজাত চিকিৎসালয়লৈ নিয়া হয়।  কিন্তু  চিকিৎসকে  হৃদজনিত ৰোগত মৃত্যু হয় বুলি ঘোষনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে ভাৰতীয় ৰাজনীতিৰ এক গৌৰৱশালী অধ্যায়ৰ অন্ত পৰিল।


EmoticonEmoticon