Friday, April 19, 2024

Bahubali Hero in New Movies

বাহুবলী ছবিৰ নায়ক প্ৰভাসক এইবাৰ দেখা যাব এক নতুন ৰূপত।


এই ছবিত তেওঁক প্ৰথমবাৰৰ বাবে এক হিংসুক চৰিত্ৰত দেখা পাব ছবিপ্ৰেমি দৰ্শকে। বিজয় কিৰংদুৰ দ্বাৰা নিৰ্মিত আৰু প্ৰকাশ নীলৰ পৰিচালনাৰ ছবিখনৰ নাম ইতিমধ্যে ঘোষনাও কৰিছে।

'ছলাৰ' নামৰ এই ছবিখনত বাহুবলী খ্যাত প্ৰভাসে এক হিংসুক চৰিত্ৰ ৰূপায়ণ কৰিব। আণ্ডাৰৱৰ্ল্ড থ্ৰিলাৰ ধৰ্মী এই ছবিখন ২০২১ চনৰ ছবিজগতৰ এক আৰ্কষণীয় ছবি হ'ব বুলিয়েই ছবিপ্ৰেমীয়ে আগ্ৰহেৰে বাটচাই আছে। ছবিখনৰ পোষ্টাৰ প্ৰকাশ কৰাৰ লগে লগেই প্ৰভাসৰ শুভাকাংক্ষীয়ে শুভকামনা জনাইছে।


EmoticonEmoticon