Wednesday, November 27, 2019

বাহাৰুল ইছলাম আৰু তেওঁৰ নতুন ছবি

www.uniqueenter.in
বাহাৰুলদা। মানে বাহাৰুল ইছলাম। । তেওঁক এতিয়া আৰু অসমৰ সংস্কৃতি প্ৰেমীৰ লগত নতুনকৈ
চিনাকি কৰি দিয়াৰ প্ৰয়োজন নিশ্চয় নাই। চিনেমাৰ গতানুগতিক নায়ক চেহেৰাৰ বিপৰীতে যিসকল শিল্পীয়ে নিজৰ প্ৰতিভাৰে জিলিকি আছে তাৰ মাজৰে এটা নাম বাহাৰুল ইছলাম। আমি প্ৰায়ে নৱাজুদ্দিন ছিদ্দিকী বা আমাৰ অসমৰ আশ্ৰাফুল হকৰ (দুৰ্ভাগ্যজনক ভাৱে তেওঁ অকালতে আঁতৰি গ'ল) অভিনয় দেখিলে বাহাৰুলদাৰ কথা মনলৈ আহে। আমাৰ ব্যক্তিগত অনুভৱ যে মুম্বাইত যদি তেওঁ স্থায়ীভাৱে থাকিলে হেঁতেন নিশ্চয় আদিল হুচেইনৰ দৰে হিন্দী ছবিজগতত তেওঁ ইতিমধ্যে এক সুকীয়া স্থানৰ অধিকাৰী হ'ল হয়।
বাহাৰুল ইছলামে অষ্টম শ্ৰেণীত পঢ়ি থাকোতেই ১৯৭৮-৭৯ চনত জু-ৰোডৰ সাৰ্বজনীন দূৰ্গা পূজা মণ্ডপত ক্ষীৰোদ চৌধুৰীৰ দ্বাৰা পৰিচালিত 'পানীমলাৰ বিয়া' নাটকেৰে অভিনয় জীৱনৰ পাতনি মেলে।
১৯৮৭ চনত তেওঁ  নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্ৰ হয়, আৰু ১৯৯০ চনত অভিনয়ৰ স্নাতক ডিগ্ৰী লাভ কৰে।
১৯৮৫ চনত পুলক গগৈৰ 'সুৰুয' ছবিৰে অসমীয়া ছবিজগতত ভৰি দিয়া বাহাৰুল ইছলামে পিছলৈ নিজা পৰিচালনাৰে ২০০৯ চনত 'আছেনে কোনাবা হিয়াত'  আৰু ২০১৪ চনত 'ৰ'দৰ চিঠি' উপহাৰ দিয়ে।  'ৰ'দৰ চিঠি'ৰ ছবিখনে কানাডা আন্তঃৰাষ্ট্ৰীয় চিনেমা মহোৎসৱত শ্ৰেষ্ঠ বিদেশী ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।
চিগাল থিয়েটাৰৰ যোগেদি অসমীয়া থিয়েটাৰলৈ নিজৰ অভিনৱ মৌলিক অৱদান আগবঢ়াই অহা  বাহাৰুল ইছলামে এইবাৰ নিজা পৰিচালনাৰে আমাক উপহাৰ দিব 'দ্য ছেভেন্থ ষ্ট্ৰীং' ছবি নামৰ ছবিখন। নিজে সংগীত পৰিচালনাও কৰা এই ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰত আছে তেওঁৰ কণ্যা বৰ্ষা বাহাৰ। কিশোৰীৰ এক প্ৰেম কাহিনীৰে নিৰ্মিত ছবিখনৰ  মুক্তি হোৱা শুভক্ষণলৈ আমি আগ্ৰহেৰে বাট চাই ৰ'লো।
Read More

Friday, October 11, 2019

এতিয়া পৰা আৰু নাপাব জিঅ'ৰ ফি কলিং, জানক নতুন টপ আপ প্লেনৰ বিষয়ে

jio new plan details/ uniqueenter.in

ৰিলায়েঞ্চ জিঅ' নেটৱৰ্কৰ পৰা অন্যকোনো নেটৱৰ্কলৈ ফোন কৰিবলৈ হ'লে এতিয়াৰে পৰা জিঅ' উপভোক্তাই প্ৰতি মিনিটত ৬ পইচাকৈ ভৰিব লাগিব। অৱশ্যে দাতা প্লেন আৰু অন্যান্য সুবিধা বিলাকৰ ক্ষেত্ৰত জিঅ'ই এতিয়ালৈকে কোনো সাল-সলনি কৰা নাই। কিন্তু যদিহে আপুনি জিঅ' নম্বৰৰ সলনি অন্যকোনো নেটৱৰ্কৰ নম্বৰলৈ ফোন কৰে তেতিয়া হ'লে বেলেগকৈ টপআপ ৱাওচাৰৰ ৰিচাৰ্জ কৰিব লাগিব। জিঅ' ইতিমধ্যে তাৰ বাবে কিছুমান প্লেনৰ ঘোষণা কৰিছে। যিবিলাক ১০ টকাৰ পৰা ১০০ টকালৈকে আছে।
এইখিনিতে আপোনাক জনাই থওঁ যে জিঅ' এই সিদ্ধান্ত ট্ৰাইৰ নিয়মৰ বাবে ল'ব লগা হৈছে। কাৰণ এতিয়াৰ পৰা জিঅ'ই প্ৰতিটো কলৰ বিপৰীতে অন্য নেটৱৰ্ক কোম্পানীক এই পইচা আদায় দিব লাগিব। গতিকে আপোনাৰ সুবিধা অনুসৰি টপআপ ৰিচাৰ্জ কৰিব। অৱশ্যে আপুনি প্ৰতিটো টপঅাপ ৰিচাৰ্জৰ লগত লাভ কৰিব অতিৰিক্ত ডাটা । আটাইতকৈ কম মূল্যৰ ৰিচাৰ্জ হ'ল ১০ টকাৰ। তাত আপুনি ১২৪ মিনিট অন্য নেটৱৰ্কলৈ ফোন কৰাৰ লগতে পাব ১জিবি  ৪ জি ডাটা। সেইদৰে ২০ টকাৰ ৰিচাৰ্জত পাব ২৪৯ মিনিটৰ কল আৰু ২ জিবি ৪ জি ডাটা, ৫০ টকাত ৬৫৬ মিনিট আৰু অতিৰিক্ত ৫ জিবি ৪ জি ডাটা আৰু ১০০ৰ ৰিচাৰ্জত ১৩৬২ মিনিট কল কৰাৰ সুবিধাৰ লগতে ১০ জিবি ৪ জি ডাটাৰ অতিৰিক্ত ডাটা। সুবিধাৰ অন্য এটা কথা হ'ল ইয়াৰ লগত কোনো বেলিডিটীৰ কথা নাই ৰিচাৰ্জৰ মিনিট শেষ নোহোৱালৈকে অন্য নেটৱৰ্কলৈ ফোন কৰি থাকিব পাৰিব। ৰিচাৰ্জৰ এই মূল্যৰ লগত জি,এচ,টি, অন্তৰ্ভুক্ত। 

Tuesday, August 6, 2019

বিজেপিৰ জেষ্ঠ নেত্ৰী সুষমা স্বৰাজৰ মৃত্যু

www.uniqueenter.in

পূৰ্ব বিদেশমন্ত্ৰী আৰু বিজেপিৰ জেষ্ঠ নেত্ৰী  সুষমা স্বৰাজৰ মংগলবাৰে নিশা মৃত্যু হয়। ৬৭ বছৰীয়া এই নেত্ৰীগৰাকীক ৰাতি চাৰে ন বজাত চিকিৎসালয়লৈ নিয়া হয়।  কিন্তু  চিকিৎসকে  হৃদজনিত ৰোগত মৃত্যু হয় বুলি ঘোষনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে ভাৰতীয় ৰাজনীতিৰ এক গৌৰৱশালী অধ্যায়ৰ অন্ত পৰিল।

Wednesday, May 8, 2019

অক্ষয় কুমাৰে ধন্যবাদ জনালে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজ্জুক

জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ নাগৰিকতাক লৈ যি বিবাদৰ সুত্ৰপাত হৈছিল তাত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজ্জুৰ ভূমিকাক অক্ষয় কুমাৰে ধন্যবাদ জনাছে৷  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত হোৱা ‘অৰাজনৈতিক’ সাক্ষাৎকাৰৰ পিছত ২৯ এপ্ৰিলত মুম্বাইত হোৱা নিৰ্বাচনত ভোটদান নকৰাৰ পিছত তেওঁৰ নাগৰিকতাক লৈ বাৰুকৈয়ে চৰ্চা
হৈছিল৷অভিনেতা গৰাকীয়ে ৩ মে’ত টুইটাৰত লিখিছিল যে তেওঁ কেতিয়াও লুকুৱাব বিচৰা নাই যে তেওঁৰ ওচৰত কানাডাৰ পাছপৰ্ট আছে৷ সেইকথাৰ সমৰ্থন কৰি ৰিজ্জুৱে লিখিছিল যে তেওঁৰ দেশভক্তি কোনোধৰণৰ সন্দেহৰ পৰা দূৰত আছে৷ মন্ত্ৰীগৰাকীয়ে অভিনেতাগৰাকীৰ ‘ভাৰতৰ বীৰ’ অভিযানৰ যোগেদি ধন সংগ্ৰহৰ বাবেও প্ৰশংসা কৰে৷ এই ধন ৰাশিৰ পৰা সন্ত্ৰাসবাদীৰ হাতত মৃত্যু হোৱা বীৰ সৈনিকসকলৰ পৰিয়ালৰ কল্যাণৰ বাবে দিব পৰা যাব৷  

Read More